Anyayug Contributor দাদুল ভূঞা

ৰৈ যা সময় কৈ যা কথা

দাদুল ভূঞা   চকুত ঘুমটি নে জুমুঠি বুকুত কিহৰ ছটফটনি   টিপচাকিৰ পোহৰ নে ঘোপমৰা এন্ধাৰ   মাটিমুখী নৰিয়াত হেৰুৱালোঁ চোতালৰ জোন চক্ৰবেহুত অভিমন্যু   বিপ্লৱৰ ৰঙা নিচান উৰুৱাই কথা ক’বলৈকে ভয় হিটলাৰী শাসকৰ বেহুত বন্দী জনতাৰ আঙুলি   সমতাৰ…

গোলাম

দাদুল ভূঞা   ধৰ্মৰ অঁৰিয়াঅঁৰিত উদং হোৱা সভ্যতাৰ উলম্ব আকূতিত জাহ যাবলৈ ধৰা ঘোঁৰা এটাক সিদিনা মিছাকৈয়ে পিন্ধাইছিল স্বাধীনতাৰ লেকাম   অস্তাবলত হিঁ-হিঁয়নি তুলি ঘোঁৰাটোৱে চিঞৰিলেও নিমাতে টোপনি গৈছিল ৰজা চন্তৰীয়ে জাগি থকা মানুহৰ বিপক্ষে অপৰাধনামা লিখি হুকুমলৈ বাট চাই…

বোধ

দাদুল ভূঞা     ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ   শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি   ভঙা-গঢ়া, সজাটোৱেই যদি মানুহৰ কাম তেন্তে, কোনে গঢ়িলে শিলৰ দুৱাৰ   বন্ধ কুঠৰীত দেখোন জ্বলে— ধৰ্ম-অধৰ্ম, জাতি-অজাতি,…

ৰুটী

দাদুল ভূঞা এখন ৰুটী সমানে দুভাগ কৰি এভাগ নিজেই ল’লোঁ আৰু আনভাগ দিলোঁ— তোমাক বাকী থাকিল কেৱল শূন্য আহাঁ, শূন্যটোক দুভাগ কৰোঁ এফাল তোমাৰ এফাল মোৰ তুমি তোমাৰ পৰা ওলাই আহিছা মই মোৰ পৰা আহাঁ— গাণিতিক সমীকৰণত গঢ়ি তোলোঁ সমতুল্য…

গান্ধাৰী

দাদুল ভূঞা   চকু থাকিও অন্ধত্বক আঁকোৱালি লোৱাটো ইমানো সহজ নাছিল   তিনি জ্ঞানী বান্দৰে কৈছিল— ‘বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা’   আমি সেই বাটেৰেই খোজকাঢ়ি গৈছিলোঁ   পৰিৱৰ্তনৰ দুনিয়াত সলনি হৈছিল কথাবোৰ এতিয়া চকুৰে দেখা, কাণেৰে শুনা কথাবোৰ মন গ’লেও…

বেলিটোক লগত লৈ যাওঁ ব’ল

দাদুল ভূঞা   অলপ পিছতে ইয়াত এন্ধাৰ হ’ব বেলিটোকে লগতে লৈ যাওঁ ব’ল   পানীগাঠি বিষত জুৰুলি-জুপুৰি চকুৰে একোকে নমনি জৰা, ব্যাধি সকলোতেচোন আছোঁ   ডাক্তৰৰ দীঘলীয়া পেছক্ৰিপছন ছেগুণ কাঠৰ পুৰণি টেবুলত ঔষধৰ বিজ্ঞাপন     যোগ, প্ৰাণায়াম, কপালভাতি মৰ্নিং…

হাতচাপৰিৰ কবিতা

দাদুল ভূঞা সময়ৰ আস্তিন কোঁচাই মেলি দিছোঁ তৰাং পথাৰ কম্বলৰ কবিতাতে পাৰ হৈ গ’ল ওৰেটো শীত হাতচাপৰিত বিচাৰি ভাল দিনৰেই খবৰ সকলোৰে ভাল হ’ব, কুশল হ’ব জনতা জনাৰ্দনৰ নেমুফুলত বসন্তৰ গোন্ধ লাগি ৰৈ  যোৱা বতাহজাক বলিবনে দুনাই বুলি প্ৰশ্ন কৰিবলৈকে…

সমন্বয়

দাদুল ভূঞা                     হাত এখন আগবঢ়াই দিলোঁ দলিয়াই দিলা বুকুখন দিলোঁ মৰমেৰে দুছেওকৈ কাটি দুটা ভাগ কৰিলা চকু মুদা কুলি হৈ চাই থাকিলোঁ সময় বতাহত শংখধ্বনি শুনি আওৰাই চালোঁ ষাঠিৰ বুৰঞ্জী…

পিঞ্জৰা

দাদুল ভূঞা বাঘৰ গোজৰণিত পাৰ হৈ যোৱা কোলাহল ৰাতিটোৰ পeছত পিঞ্জৰা এটাত বন্দী হৈ ৰৈ আছোঁ আমি ক’লা গাড়ীত চাইৰেন বজাই সেয়া বাঘ আৰু বাঘিণী আগে-আগে পলাতক মুখাপিন্ধা মানুহ চহৰীয়া গছবোৰেও সেইদিনা  ছিটিকা পাতি ৰৈ আছিল আৰু মুখাপিন্ধা মানুহবোৰক ধৰি…

বুট-জোতা

 দাদুল ভূঞা সিদিনা ক’লাকোট আৰু এযোৰ দামী বুট-জোতা পিন্ধি ঘূৰি ফুৰিছিল বগা বঙাল থুই… পাৰ হৈছিল এলান্ধুৰ এন্ধাৰে আৱৰা দুশটা বছৰ পৰিৱৰ্তনৰ মাটি-আখৰাৰে অহিংসাৰ জয় মাণিকীয়ে পাহৰা নাছিল তিৰাশীৰ ৰাতি কেঁকোৰা হৈ বুকু চেপি ধৰা অজগৰ হাতদুখন চকুপানী আঁচলত সামৰি…