এখন পানীৰ কম্বল
কবি : থমাছ বাৰ্ণহাৰ্ড (Thomas Bernhard , অষ্ট্ৰিয়া) অনুবাদ : ড° ৰঞ্জিত দত্ত এখন পানীৰ কম্বলত মই সী লৈছোঁ মোৰ দিনবোৰক, মোৰ ভগৱানক আৰু মোৰ অসুখবোৰক। এখন সেউজীয়াৰ কম্বলত সী লৈছোঁ মই মোৰ ৰক্তিম বেদনাবোৰক, নীলাভ পুৱাবোৰক, মোৰ হালধীয়া গাঁওখন…