ৰন্ধন-কলা
তৰু চেতিয়া ফুকন শৰৎ সমাগত। অথচ আগৰ দৰে মানুহৰ মনত পূজা বুলি কোনো উৎসাহ-উদ্দীপনা নাই। কাৰণ, কৰ‘নাৰ সংহাৰী ৰূপে আমাক দৈহিক, মানসিক আৰু অৰ্থনৈতিকভাৱে জুৰুলা কৰি পেলাইছে। আমি নাৰী হোৱাৰ লগতে এগৰাকী মাতৃও। বৰ্তমানৰ পৰিস্থিতি বুজি পূজা বুলি সন্তানক বাহিৰৰ…