Anyayug Contributor তৃপ্তি বৰা

ৰাগ বাহাৰ আৰু এখন কথা কোৱা কেনভাছ

 তৃপ্তি বৰা     সৰু কোঠাটো, বিছনাখন আৰু এখন চাৰিকোণীয়া আকাশ! মাজে মাজে চুকৰ সৌ লঠঙা গছজোপাৰ ডাল এটাৰ পৰা বেলিটো লুটুপকৈ সৰি পৰে, কেতিয়া কোন সময়ত সৰে মোৰ খেয়ালেই নাথাকে আজিকালি৷ তাৰ পাছত গোটেইখন আন্ধাৰ হৈ পৰে৷ কেতিয়াবা জোনৰ…

ভৃঙ্গাৰ

 তৃপ্তি বৰা মৃত শৰীৰ এটাৰ অংগ সঞ্চালন নোহোৱাৰ দৰেই মৃত মন এটাতো কোনো ধৰণৰ সঞ্চালন নাথাকে৷ নিঃসংগ মানুহবোৰৰ বুকুবোৰ একোখন তাপত দহি থকা মৰুভূমি৷ একাকিত্ব মোৰ বাবে আশীৰ্ৱাদ নে অভিশাপ, এই প্ৰশ্নটোৰ উত্তৰ মোৰ বাবে আজিও দুৰ্বোধ্য৷ বহুপৰ একেলেথাৰিয়ে বহি…

এই ঘাটে চপাই দে নাও

 তৃপ্তি বৰা   : কাহিনীটো আৰম্ভ হৈছিল এযুৰি চকুৰ পৰা। জলেৰে পৰিপূৰ্ণ অথচ তৰংগহীন সুগভীৰ নাদৰ দৰে এযুৰি চকু। নৈৰ বুকুৱেদি নাও বাই গৈ থকা নাৱৰীয়াই কোনোবা অচিন ঘাটত দেখা পোৱা জলকুঁৱৰীৰ চকু এযুৰি। তাৰপাছৰে পৰাই নাৱৰীয়াক অনবৰতে সেই চকুযুৰিয়ে…

সাগৰ বৈভৱ

 তৃপ্তি বৰা সাগৰৰ বিশালতা জুখিব পৰাকৈ দুচকুৰ ধৃষ্টতা নাই বুলি জানিও ঋতমে বিশাল আৰব সাগৰখনৰ পাৰত ৰৈ সাগৰৰ সীমনালৈ চাই পঠিয়ালে। অথচ সি জানে, এয়া যে বৃথা প্ৰয়াস। কথাটো ভাবি হাঁহি উঠি গ’ল তাৰ নিজৰে। বিশালতা জানো জুখিব পাৰি! আচলতে…