Anyayug Contributor তিনিবিধ সুস্বাদু ডি‍জাৰ্ট

চাংমাইশাল

তিনিবিধ সুস্বাদু ডি‍জাৰ্ট ডি‍ৰ্জাট মূল আহাৰ গ্ৰহণৰ পাছত পৰিৱেশন কৰা মিঠা ৰেচিপি। গৰমত মা-মচলাৰে আলহীক এসাঁজ অপ্যায়ন কৰাৰ পাছত শৰীৰ ঠাণ্ডা কৰা ডি‍ৰ্জাট পৰিৱেশন কৰিলে আলহীও সুখী; দিওঁতাগৰাকীৰো সন্তুষ্টি। ১৷ ইটালীয়ান কফি পেনা ক’টা মূল উপকৰণ কফি ১০ টকীয়া পেকেট (যিকোনো…