Anyayug Contributor ড° ৰ ত্নো ত্তমা দাস বিক্ৰম

নীলমণি ফুকনৰ কবিতাৰ নেপথ্যৰ কথাৰে এখন অন্য ধৰণৰ কিতাপ

 ড০ ৰত্নোত্তমা দাস বিক্ৰম   সেয়া বোধকৰোঁ ষাঠি চনৰ কোনোবা এটা গ্ৰীষ্মৰ দুপৰীয়াৰ কথাই হ’ব। গুৱাহাটি বিশ্ববিদ্যালয়ৰ কলা ভৱনত নাতকোত্তৰ শ্ৰেণীৰ পাঠদান চলি আছে। সেইদিনা শ্ৰেণীকোঠাত বহি থকা এজন ছাত্ৰৰ মন পাঠত মুঠেও নাছিল। পাঠদানৰত অধ্যাপক দেৱপ্ৰসাদ বৰুৱাৰ চকুৰ পৰা…