মিণ্টুৰ ছবি
মূল বাংলা : খগেন্দ্ৰ নাথ মিত্ৰ অনুবাদ : ড° ৰমেন ঠাকুৰীয়া মিণ্টুৰ ককায়েক ৰঞ্জনে ছবি আঁকে৷ বৰ ভাল ছবি আঁকে৷ পদুম ফুল, মানুহ, ৰজা-ৰাণী— কত কি যে ছবি! সকলোৱে তাৰ ছবি চাই প্ৰশংসা কৰে৷ মিণ্টুৱেও এদিন ককায়েকে অঁকা ছবিৰ বহীখনৰ পৰা পাত এখিলা লৈ ছবি এখন আঁকি…