Anyayug Contributor ড° স্মৃতিমালা শৰ্মা

ৰেডিঅ’ তৰংগৰ আঁৰে আঁৰে

 ড০  স্মৃতিমালা শৰ্মা   গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত, ব্যস্ত ৰাজপথ আৰু আকাশলংঘী অট্টালিকাবোৰৰ মাজত এটা সৰু ৰেডিঅ’ ষ্টেচন। ৰেডিঅ’ ষ্টেচনটোৰ চাৰিওফালে কংক্ৰিটৰ সুউচ্চ দেৱালৰ পৰিসীমাৰ ভিতৰত আছে এখন সৰু কিন্তু সজীৱ পৃথিৱী। ইয়াতেই প্ৰতিদিনে সৃষ্টি হয় শব্দৰ  মায়াজাল আৰু ৰেডিঅ’ তৰংগৰ মাজেৰে গতি কৰি সেই শব্দই সন্মোহিত…

একুৱেৰিয়ামৰ মাছ

 ড° স্মৃতিমালা শৰ্মা     “হেপ্পি ফ্ৰেণ্ডশ্বিপ ডে ৷”  “মইতো তোমাৰ ফ্ৰেণ্ড নহয়। আমি কালিহে চিনাকি হৈছোঁ। মোক কিয় উইছ কৰিছা?”  আৰণ্যকৰ উত্তৰত থতমত খালে সুগন্ধিয়ে। ভদ্ৰতা বুলি কোনো কথাই নাই। এনেকুৱা অদ্ভুত মানুহো থাকেনে? বন্ধু হ’বলৈ কোনে কৈছে? শুভেচ্ছা…

গোন্ধ

 ড০ স্মৃতিমালা শৰ্মা   আকৌ সেই গোন্ধটোৱে মোক মতলীয়া কৰিছে। মই কেইবাটাও উজাগৰী ৰাতি পাৰ কৰিছোঁ। দিনে-ৰাতিয়ে গোন্ধটোৱে মোক মোহাচ্ছন্ন কৰি ৰাখিছে। অফিচৰ কোনো কামতে মই মন বহুৱাব পৰা নাই। কিমানটা ফাইল পৰি আছে। আচলতে কি হৈছে মই ধৰিব পৰা…