Anyayug Contributor ড° সুস্মিতা প্ৰিয়দৰ্শিনী

উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ নেতৃত্ব ল’ব পাৰিবনে?

ড° সুস্মিতা প্ৰিয়দৰ্শিনী যোৱা কেইটামান বছৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ক্ষমতাক লৈ ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাসকল বিশেষভাৱে সচেতন হৈ উঠা দেখা গৈছে৷ শেহতীয়াকৈ যোৱা মাৰ্চ মাহত Indian Council for Research on International Economic Relations (ICRIER)-এ আয়োজন কৰা এখন সন্মিলনত কেন্দ্ৰীয় ৰাজ্যিক…