পৰিৱৰ্তিত সমাজ আৰু ৰঙালী বিহুৰ ৰং-ৰহইচ
ড˚ মুনীন বৰগোহাঁই বিহুৰ সৃষ্টিৰ মূলতেই আছিল লোকসমাজৰ মাজত প্ৰচলিত লোকবিশ্বাস। কাৰণ, লোকসমাজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাই কিছুমান লোকবিশ্বাসৰ জন্ম দিছিল আৰু সেই লোকবিশ্বাসৰ পৰাই সৃষ্টি হৈছিল লোকপৰম্পৰা। বিহুও এনেদৰে সৃষ্টি হোৱা এটা লোক-অনুষ্ঠান। লোকসমাজৰ আদৰ আৰু সন্মানৰ কাৰণে বিহু…