Anyayug Contributor ড° বিমল বৰা

কলীয়াপানীৰ কাৰাগাৰত ভূতৰ উচুপনি

ড০ বিমল বৰা   বিশ্বাস কৰক বা নকৰক, ভূত থাকক বা নাথাকক, ভূতৰ কাহিনীবোৰ কিন্তু  সকলোতে আছে৷ ভূতৰ লগত প্ৰত্যক্ষভাৱে আমি কি হয়তো কোনোৱেই মুখা-মুখি হোৱা নাই, কিন্তু ৰসাল কাহিনীবোৰ মানুহৰ মুখে মুখে বাগৰি ফুৰে৷ শনি আৰু মঙ্গলবাৰে আৰু বিশেষকৈ…