Anyayug Contributor ড° বিনয় কুমাৰ মজুমদাৰ

নীলমণি ফুকনৰ কবিতা : ৰূপ-সৌন্দৰ্যৰ সন্ধান

ড° বিনয় কুমাৰ মজুমদাৰ   সৰুৰে পৰা কবিতা পঢ়াৰ এটা অভ্যাস গঢ় লৈ উঠা হেতুকে আজিও কবিতা য’ত যেনেকে পাওঁ তেনেকৈয়ে পঢ়িবলৈ প্ৰয়াস কৰোঁ৷ স্কুলীয়া জীৱনত পদ্য পঢ়া আৰু মুখস্থ কৰাৰ এটা অভ্যাসো গঢ় লৈ উঠিছিল৷ স্কুলত শিক্ষকে একোটা কবিতা পঢ়াওঁতে,…