Anyayug Contributor ড° প্ৰশান্ত মিশ্ৰ

অনুবাদ কবিতা

মূল: ফৰাচী, ঝাক প্ৰেভে’ৰ (Jacques Prevert) অনুবাদ: ড° প্ৰশান্ত মিশ্ৰ (কবি পৰিচিতি:  ফ্ৰান্সৰ বিশিষ্ট কবি ঝাক প্ৰেভে’ৰৰ জন্ম হয় ১৯০০ চনৰ ৪ ফেব্ৰুৱাৰি‍ত। ভিক্টৰ য়ুগোৰ পাছতেই অত্যন্ত জনপ্ৰিয় কবি হিচাপে বিবে‍চিত প্ৰেভে’ৰে কুৰি শতিকাৰ ত্ৰিছৰ দশকতেই কাব্যচৰ্চাৰ পাতনি মেলে। অৱশ্যে, ১৯৪৬ চনত প্ৰকাশ…