অংকুৰণ আৰ্ফৰ ‘সোণৰ হৰিণ নাথাকে জানকী’ : এক সম্পৰীক্ষা
ড° প্ৰণৱ ঢেকিয়াল ফুকন কবি অংকুৰণ আৰ্ফৰ সদ্য প্ৰকাশিত ‘সোণৰ হৰিণ নাথাকে জানকী’ শীৰ্ষক কাব্যগ্ৰন্থখন অসমীয়া কাব্যসাহিত্যৰ ক্ষেত্ৰখনত এক ব্যতিক্ৰমী প্ৰয়াস৷ গ্ৰন্থখনত মহাকাব্য ৰামায়ণৰ চিনাকি চৰিত্ৰসূহক মানৱীয় জীৱনবোধেৰে কাব্যিক ৰূপত উপস্থাপন কৰি কবিয়ে এক সম্পৰীক্ষা চলাইছে৷ ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাৰ গণ্ডীৰ…