Anyayug Contributor ড° প্ৰণৱজ্যোতি চেতিয়া

বিজ্ঞানে মৃত্যুক ৰুধিব পাৰিবনে?

 (অন্যযুগ বক্তৃতামালাৰ প্ৰথম বক্তৃতা-২০২১) ড° প্ৰণৱজ্যোতি চেতিয়া নমস্কাৰ৷ সম্প্ৰতি আমি যিখন ভৌতিক জগতত বাস কৰোঁ, এই জগতৰ এটা নিগূঢ় সত্য হ’ল প্ৰাণৱন্ত হৈ থাকিবলৈ হ’লে সমস্যাক পৰাজিত কৰিবই লাগিব৷ সমস্যাই আমাক প্ৰতি মুহূৰ্ততে বাধা দিয়ে, কিন্তু যেতিয়া আমি জ্ঞান, বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি সমস্যাক…