লুট্ফা হানুম ছেলিমা বেগমৰ কবিতা
ড° নিশিগন্ধা তালুকদাৰ আধুনিক অসমীয়া কবিতাৰ উন্মেষণৰ পৰা বৰ্তমানলৈ অসমীয়া কবিতাৰ জগতখনে এটি দীঘলীয়া সময় অতিক্ৰম কৰিলে৷ এই কথা অকপটে স্বীকাৰ কৰিব পাৰি যে সাহিত্য অনুৰাগীসকলৰ মাজত গল্প, উপন্যাস তথা নাটকৰ তুলনাত কবিতা অধিক জনপ্ৰিয়৷ কেৱল জনপ্ৰিয়ই নহয়, অনুৰাগীৰ মাজত…