চ্যেলুইনৰ পৰা লুইতলৈ
ড˚ চন্দ্ৰধৰ চমুৱা (সাত) চাকি-শলিতা। ডাম-লাক বা মজিয়াৰ মূৰৰ ফ’কামৰ খুঁটাৰ কাষত কৰা পূজানুষ্ঠান। ছ্যু কাইলৈ প্রবাসলৈ যাব, জীৱনৰ প্রথম প্ৰবাস-যাত্ৰা। গতিকে যাত্ৰাৰ শুভ কামনাৰে উপৰিপুৰুষ পুলিন-পুথাও, দাম আৰু ফীসকলক সন্মান জনাই জাননী দি যোৱাৰ এটি পৰম্পৰা। মৃতসকলৰ উদ্দেশ্যে নৈবেদ্য উছৰ্গা কৰি…