হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক সাহিত্য
ড° অসীম চুতীয়া প্ৰকৃতাৰ্থত মানুহৰ জীৱনটো এক বিচিত্ৰ অভিজ্ঞতাৰ ভঁৰাল৷ এই ভঁৰালত সঞ্চিত হৈ থকা কথাবোৰ যেতিয়া নিজ ভাষাৰে লিখিত ৰূপত সাহিত্যৰ মাধ্যমত আত্মপ্ৰকাশ পায় সিয়ে আত্মজীৱনীমূলক সাহিত্য হৈ পৰে৷ সেয়ে অসমৰ জাতীয় জীৱনৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি হোমেন বৰগোহাঞিৰ জীৱন অভিজ্ঞতাৰ প্ৰতি…