বিহু: অৰণ্যৰ পৰা কৰ্মশালালৈ
ড˚ অনিল শইকীয়া আজিৰ প্ৰজন্মই, ধৰা হওক একবিংশ শতিকাৰ প্ৰথম দশকত জন্ম গ্ৰহণ কৰা প্ৰজন্মই বিহুনাম, বিহুনাচ, বিহু-ঢোলৰ চাপৰ, পেঁপাৰ লহৰ, গগনাৰ সুৰীয়া গুঞ্জন ক’ত শিকিব বুলি যদি প্ৰশ্ন কৰা হয়, তাৰ উত্তৰ দুটাই, প্ৰথম বিহুৰ কৰ্মশালা বা আখৰাৰ…