‘অন্যযুগ’ৰ তৃতীয় বৰ্ষপূৰ্তি আৰু অনাগত দিনৰ যাত্ৰা
ড° অজয় লাল দত্ত সম্পাদক ড০ মৃদুল শৰ্মা অসমৰ সংবাদ জগতত ‘অৰুণোদই’-ৰ দিনৰে পৰা নতুন নতুন সংবাদ পত্ৰ-আলোচনীয়ে সময়ে সময়ে ভুমুকি মাৰি আহিছে। কিছুমান ক্ষণস্থায়ী হৈছে, কিছুমানে কেইবছৰ মানৰ আয়ুসতো গুণগত মানেৰে নিজৰ নাম ৰাখি গৈছে, আৰু অতি কম সংখ্যকেহে শতিকাজোৰাকৈ দীৰ্ঘজীৱি হৈছে।…