গুগল অনুবাদকত অসমীয়া ভাৰ্চুৱেল কী-ব’ৰ্ড : এক চিন্তনীয় দিশ
ড॰ ভাস্কৰজ্যোতি শৰ্মা ড॰ গুণদীপ চেতিয়া ভাষা-প্ৰযুক্তিৰ জগতখনত প্ৰতিটো দিশেই অতি সূক্ষ্মভাৱে বিচাৰ-বিশ্লেষণ কৰি নাচালে বহু সময়ত আমাৰ চকুৰ সন্মুখতে বহু আঁসোৱাহ অথবা সমস্যা ৰৈ যায় আৰু ইতিহাস সাক্ষী যে এই আঁসোৱাহ অথবা সমস্যাসমূহ আৰম্ভণিতেই সমাধানৰ ব্যৱস্থা নকৰিলে…