Anyayug Contributor ড ॰ বিন্দু ভূষণ বৰা

একক, অনন্য অনুভৱ তুলসী

 ড॰ বিন্দু ভূষণ বৰা     শব্দ হ’ল মানুহৰ বোধ আৰু বুদ্ধিৰ স্মাৰক৷ শব্দৰ সাধনা পৃথিৱীৰ কঠিনতম আৰু পৱিত্ৰতম সাধনাসমূহৰ অন্যতম৷ আধুনিক অসমীয়া সাহিত্যত নিজস্ব ব্যক্তিশৈলীৰে জিলিকি থকা অনুভৱ তুলসীৰ কবিতাৰ ৰসপান কৰিলেই এই কথা বাৰুকৈ উপলব্ধি কৰিব পাৰি৷ সাহিত্যৰ আনবোৰ…