Anyayug Contributor ড ॰ নিৰোদ গোহাঁই

অনুভৱ তুলসী : কিছু অনুভৱ

 ড॰ নিৰোদ গোহাঁই     যোৱা শতিকাৰ শেষৰ ফালৰ দুটা দশকত অনুভৱ তুলসীৰ কবিতাই আমাৰ পাঠক মনক জোকাৰি গৈছিল, দোৰোণ ফুলেৰে আৰম্ভ হৈছিল৷ তেওঁৰ প্ৰথম কবিতা সংকলন নাজমা আশীৰ দশকতে প্ৰকাশ হয় যদিও সংগ্ৰহ কৰা নাছিলোঁ৷ তেতিয়াও হীৰেন ভট্টাচাৰ্যই গাঁৱে-ভূঞে হোৱা কাব্যপাঠৰ…