Anyayug Contributor ড ॰ অসীম চুতীয়া

দুজন কবি গল্পকাৰ

    ড॰ অসীম চুতীয়া   প্ৰণয় ফুকন আৰু ৰাজীৱ বৰা অসমৰ কাব্যাকাশৰ দুজন গুৰুত্বপূৰ্ণ কবি৷ এই দুজন কবিয়ে শেহতীয়াকৈ গল্পকাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে৷ প্ৰণয় ফুকনৰ ‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ আৰু ৰাজীৱ বৰাৰ ‘‘যখিনী খোৰৰ থুই’’ শীৰ্ষক গল্প সংকলন দুয়োখন পৃথক…

ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হ’ৰৰ গল্প

ড॰ অসীম চুতীয়া অসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰত ৰঞ্জু হাজৰিকাৰ নামটো বিশেষভাৱে উল্লেখযোগ্য৷ তেখেতৰ গল্পসমূহ পঢ়িলে অনুভৱ কৰা যায় যে এই গল্পসমূহ কেৱল ভয় জগোৱা কাহিনী নহয়; বৰং মানুহৰ…

অপু ভৰদ্বাজৰ গল্পত সমাজ-ৰাজনৈতিক বাস্তৱতা

 ড॰ অসীম চুতীয়া   সমকালীন অসমীয়া গল্পসাহিত্যত যিসকল গল্পকাৰে দৈনন্দিন জীৱনৰ আপাত-সাধাৰণ বিষয়বস্তুৰ মাজেৰে বৃহত্তৰ সমাজ-ৰাজনৈতিক বাস্তৱতা উন্মোচন কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰত অপু ভৰদ্বাজ বিশেষভাৱে উল্লেখযোগ্য৷ ভৰদ্বাজৰ গল্প পঢ়িলে এইটো স্পষ্ট হয় যে তেওঁ গল্পৰ কাহিনীক সমালোচনামূলক পদ্ধতি হিচাপে ব্যৱহাৰ কৰিছে৷…

কমলা বৰগোহাঁইৰ গল্প : সংবেদনশীলতা আৰু মননশীলতা প্ৰতিনিধি (গল্পচৰ্চা)

ড॰ অসীম চুতীয়া   কমলা বৰগোহাঁই আধুনিক অসমীয়া গল্পসাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ৷ তেওঁ সেইসকল লেখকৰ ভিতৰত অন্যতম যিয়ে সমাজৰ বাহ্যিক ঘটনাক মাথোঁ কাহিনীৰ আধাৰ হিচাপে ব্যৱহাৰ কৰি মানুহৰ অন্তৰ্জগত, মানসিক সংকট আৰু নৈতিক দ্বন্দ্বৰ গভীৰ অনুসন্ধান কৰে৷ কমলা বৰগোহাঁইৰ সাহিত্যিক…

প্ৰশান্ত কুমাৰ দাসৰ গল্প

 ড॰ অসীম চুতীয়া আধুনিক সাহিত্যত কাহিনী বা নেৰেটিভ নিৰ্মাণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই নেৰেটিভ হৈছে মানৱ জীৱন, অভিজ্ঞতা, স্মৃতি আৰু চেতনাৰ এক জটিল বিন্যাস৷ ফৰাচী সাহিত্যতাত্ত্বিক ৰ’লা ৱাৰ্থে নেৰেটিভ নিৰ্মাণৰ প্ৰসংগ বিশ্লেষণ কৰোঁতে যি বিচিত্ৰতা আৰু বহুমুখিতাৰ প্ৰসংগ উল্লেখ…