জাল কটা জুই
ডা০ নয়নজ্যোতি শৰ্মা অদৃশ্য মকৰাজালত গাঁথ খোৱা পাত এখিলাৰ দৰে হাছিনা নিৰ্ভাৰ হৈ ওপঙি আছে। অভ্যাসৰ চিনাকি পৃথিৱীখন ইতিমধ্যে ভস্মসাৰ হৈ পৰিছে। তাৰ ঠাইত থিতাপি লৈছে ধূলি-ধোঁৱা-ছাই আৰু দুৰ্ভাগ্যৰ এক নতুন গ্ৰহান্তৰ। আৰু সেই কৃষ্ণগহ্বৰসদৃশ অৱস্থিতিয়ে পুৰণি পৃথিৱীখনৰ স্মৃতি পৰ্যন্ত…