Anyayug Contributor ডাঃ অগস্ত্য বৰুৱা

সকলো একেই আছে…

ডাঃ অগস্ত্য বৰুৱা বাটবোৰ বাটেই হৈ থাকে দুবৰিখিনিহে সলনি হয় সলনি হয় আহ-যাহ কৰা মনবোৰ একেই থাকে বাটৰ তলৰ মাটি চহৰখন সলনি হয় সলনি নহয় তাৰ ইতিহাস, স্মৃতি পঢ়ি অহা স্কুলৰ কোঠা সলনি হয় সলনি হয় ছাত্ৰ নতুনকৈ মকৰল হয়…