Anyayug Contributor ডঃ প্ৰিয় দেৱ গোস্ৱামী

ৰাজকীয় ক্ষমা লাভেৰে স্ববন্দিত এলেন টুৰিং

  ডঃ প্ৰিয় দেৱ গোস্ৱামী পৃথিৱীত অতি উল্লেখযোগ্য অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিভিন্ন ধৰণৰ পুৰস্কাৰ, সন্মান আদি দিয়া হয়। পুৰস্কাৰৰ ক্ষেত্ৰত নোবেল বঁটা সকলোতকৈ ওখ খাপৰ।অতি সন্মান জনক।এই বঁটা বিজ্ঞান, সাহিত্য, অৰ্থনীতি, শান্তিৰ বাবে প্ৰত্যেক বছৰে দিয়া হয়। চুইডেনৰ বিজ্ঞান…