Anyayug Contributor জ্ঞান পূজাৰী

কাব্যশিল্প

পাৰেজিয়া জ্ঞান পূজাৰী  কথা কোৱা  কথা কোৱা মানে কাম কৰা  কথা  সৰল আৰু অকপট  আৰু জীয়াই থাকা বিপদজ্জনকভাৱে  যুদ্ধ আৰু যুদ্ধ  দিন আৰু ৰাতিৰ পোহৰ আৰু অন্ধকাৰৰ  কেৱল হাৰামজাদাই ভাবে সি জিকিছে। বাৰ্চিল’না বিদায় অনুভৱ তুলসী এক তলত ভূমধ্য সাগৰ…