এখন নাও আৰু মহাসাগৰ
কবি- জুৱান ৱানাহ (Xuan WuyNh), ভিয়েটনাম অনুবাদ- ড°ৰঞ্জিত দত্ত মই তোমাক এটি কাহিনী ক’বলৈ লৈছোঁ এখন নাও আৰু এখন মহাসাগৰৰ কাহিনী। নাম নজনা কালৰে পৰা নাওখনে মহাসাগৰৰ সকলো প্ৰশ্নৰ উত্তৰ দি আহিছে, নাওখনৰ আছে আশাভৰা এখন হিয়া, মহাসাগৰৰ প্ৰেম দূৰন্ত…