জালিয়ানৱালাবাগ
জুবিলী গগৈ মৃত্যুৰ কুঁৱাটোত তেতিয়া পানী নাছিল পানী শুহি লোৱা দেহবোৰ জীৱাশ্ম হৈছিল ঘেৰি থোৱা আইনাখনত নিজৰ মুখ দেখিয়েই উচপ খাই উঠিছিলোঁ আমি অতল তলিত বাজি আছিল অন্তহীন হাহাকাৰ বেহিচাপী মৰণৰ আৰ্তি শুনি চেঁচা হৈ পৰিছিল…

জুবিলী গগৈ নজনাকৈয়ে আহিলোঁ বহুদূৰ নজনাকৈয়ে বুলিলোঁ বাট একা-বেঁকা পথেৰে দুচকুত আন্ধাৰ লৈ পিঠিত বোজা বান্ধি কৰি থাকিলোঁ অপেক্ষা সেউজীয়া পোহৰ বিয়পি যোৱালৈ ভিৰৰ মাজতো কৰি থাকিলোঁ অবিৰত জীৱন-পাঠ ছানি পৰা চকুত ধূলি মাৰি গুচি…
জুবিলী গগৈ বহু পিছত এৰি থৈ আহিছোঁ মই শৈশৱৰ বেঙেনাবুলীয়া আগলৈ আহাX মোৰ ছাঁ তোমাৰ গাত নপৰক তোমাৰ পিছে পিছে গৈ থাকোঁতে ময়ো চাম সমুখলৈ উভতি চাব পৰাকৈ আছেনো কি এঙেৰুৱা আঁউসীত বুৰ গৈ থকা পিঠাগুৰীয়া এটা পথ ঢিমিকি শলিতাৰ…
জুবিলী গগৈ বৰ ধাৰাল এই তেজৰ টোপাল শিপা হৈ ভেদি যায় পৃথিৱীৰ বুকু শিলাময় স্পৰ্শ তপত বলুকা ফাটি চিৰাচিৰ হোৱা মাটিৰ মালিতা শূন্যতাৰ উশাহ সামৰি শিপা বাঢ়ি যায় অতললৈ চুলি মেলি বহি ৰয় পৃথিৱী উন্মাদ চকুত…