Anyayug Contributor (জুবিন গাৰ্গক সুঁৱৰি)

“কম্পন কাতৰ” মায়াৰ আকাশ

(জুবিন গাৰ্গক  সুঁৱৰি)   উদয় কুমাৰ বৰুৱা   চৰ্চিত কোনো নেৰেটিভে সামৰিব পৰা নাছিল সাগৰৰ দৰে বিশাল সেই প্ৰতিভাক   দেখা-অদেখাতে সংবেদনৰ তীব্ৰতাই সন্তৰ্পণে লৈ গৈছিল এটা নুশুনা সুৰৰ গৰ্ভমূললৈ   প্ৰচণ্ড আকস্মিকতাত হিম হ’ব খুজিছিল উদ্বেলিত অনুভৱৰ স্বৰবোৰো  …