Anyayug Contributor জাৰ্মিলা আৰু ইয়ান মিলনা

ৰুছ কবি ব্লাডিমিৰ হ’লেণ্ডৰ দুটা কবিতা

 ইংৰাজী অনুবাদ : জাৰ্মিলা আৰু ইয়ান মিলনা  (Jarmila and Ian Milner) অসমীয়া অনুবাদ : এপ’লো খাটনিয়াৰ ১) ৰাশিফল বিয়লি… সমাধি… আৰু শাণিত বতাহজাক যেন কচাইৰ কাঠৰ কটা হাড়ৰ টুকুৰা৷ যাতনাৰ পৰা মামৰে মুক্ত কৰে ই ধাৰণ কৰা দেহক৷ আৰু আটাইৰে ঊৰ্ধ্বত,…