Anyayug Contributor চেনীৰাম গগৈ

সুখী মানুহৰ কবিতা

 চেনীৰাম গগৈ   কথাটো সকলোৱেই জানে কিন্তু কোনেও নেজানে৷ জনাই জানি কৰিব কি খোৱাই খাবই নাকৰ ঘিঁ !   মাহে মাহে পাই আছোঁ বিছ কিলো ফিৰি চাউল সময় মতে একাউণ্টত সোমাই আছে টকা ভঁৰাল নাই আকাল নাই চলি আছোঁ বিন্দাছ…