Anyayug Contributor চুলেমিথ ইশ-কিশোৰ

এপইনমেণ্ট উইথ লাভ

 মূল : চুলেমিথ ইশ-কিশোৰ  অনুবাদ : পংকজ কুমাৰ নেওগ   ছয় বাজিবলৈ আৰু ছয় মিনিট বাকী – নিউয়ৰ্কৰ গ্ৰেণ্ড চেণ্ট্ৰেল ষ্টেছনৰ ইনফৰমেশ্বন বুথৰ ওপৰত ৰখা ডাঙৰ ঘড়ীটোৱে সময়ৰ জাননী দিলে। দীৰ্ঘদেহী ডেকা আৰ্মি অফিচাৰজনে তেওঁৰ ৰ’দে পোৰা মুখখন ওপৰলৈ তুলিলে আৰু চকু দুটা সৰু…