Anyayug Contributor চয়নিকা ভূঞা

গতিসূত্ৰ

চয়নিকা ভূঞা  মৌনম্ সন্মতি লক্ষণম্ একোৱেই প্ৰয়োজনবোধ নাছিল কথাখিনি বহলাই বহিবলৈ নিউটনৰ গতিসূত্ৰত আৱদ্ধ এটি পুৰণি সপোন  অৱলম্বনৰ উচ্চ স্তৰত এমুঠি ভালপোৱা পি থোৱা প্ৰেমেই যথেষ্ট  দুটি আত্মাৰ বাবে  গণিকালয়ত ক্ষুধাতুৰ আত্মাৰ পিয়াহ ইফালে  সেলেঙি বোৱাই কথাবোৰ চক্ৰবেহুত  একেই দুভৰি…

বাণী

চয়নিকা ভূঞা           বেলি লহিয়াবৰ হ’ল  কথাষাৰৰ সত্যতা  তেতিয়াও বিচাৰ নহ’ল  অস্তিত্বহীন কথা-বতৰাতে সকলো ব্যস্ত নঘটিবলগীয়া ঘটনা এটাক লৈ ইমান হামৰাও ইমান অতপালি  কথাবোৰক হানি-খুঁচি নতুন ৰূপ তায়ো মানি লয়  মানিবলৈ বাধ্য হয়  কাৰণ এটাই  সেয়া…

তলসৰা বকুলৰ সুৱাস

চয়নিকা ভূঞা           “বহু ৰাতি হ‘ল জানা, বহু গান হ‘ল গোৱা ৷ ৰাতিপুৱাবলৈ অলপ সময় তুমি জানানে নাজানা…” কাদম্বৰীৰ ফোনৰ ৰিংট‘নত জিতুল সোণোনৱালৰ এই গানটো বাজি উঠিল ৷ ছয়-সাত মিনিটলৈ বাৰে বাৰে কাদম্বৰীৰ মোবাইলৰ স্ক্ৰীনত গীতটো বাজি আছে…