Anyayug Contributor চন্দন বৰ্মন

অকথিত পদ্য

চন্দন বৰ্মন    (১)  সিদ্ধান্ত    দেৱাল গঢ়িলে ঘৰ ভাঙিলেই পৃথিৱী চকু নমালে এডোখৰ মাটি উঠালেই অনন্ত আকাশ৷   (২)  পিৰালিৰ গান    হাজাৰ বছৰ কাটি যায়৷ এটি নিৰ্জন সন্ধিয়াই  মোৰ ঘৰৰ পিৰালিত বহি তমোময় গীত গায়৷   (৩) ব্যৰ্থতা…