অহৈতুকী
চন্দনা পাঠক ছেফ্টি পিনৰ প্ৰেমত একেলগে পৰিল ক্লথ ক্লিপ্ আৰু ফাইল পিন্৷ নপৰিবনো কিয়? ছেফ্টি পিনৰ যিহে লাৱনী শৰীৰ! চিক্চিকীয়া৷ তাতে আক’ সুন্দৰীসকলৰ শৰীৰৰ সুবাস সনা শাড়ী-ব্লাউজ, চাদৰ-দোপাট্টাত গা ঘঁহি ঘঁহি একেবাৰে আৱেদনময়ী হৈ উঠিছে৷ দুই : প্ৰেমিক সুযোগৰ সন্ধানত আছিল৷ এদিন…