Anyayug Contributor ঘোষণা

অন্যযুগ সাহিত্য সন্মান

ঘোষণা অন্যযুগ পক্ষৰ পৰা ২০২০ চনৰ পৰা প্ৰৱৰ্তন কৰিবলৈ মনস্থ কৰা অন্যযুগ সাহিত্য সন্মান  কৰ’না মহামাৰীয়ে সৃষ্টি কৰা আতঙ্কময় পৰিস্থিতিৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পৰিস্থিতি ক্ৰমে ক্ৰমে স্বাভাৱিক অৱস্থালৈ অহাত পূৰ্বৰ বষৰ্ৰ লগতে চলিত বৰ্ষৰ বাবেও এই সন্মানৰ প্ৰাপকসকলৰ নাম ঘোষণা…