Anyayug Contributor (‘গুৰিয়াল’ আৰু ‘কুৰকেপন’ৰ বিশেষ উল্লিখনেৰে)

অজিত ছিংনাৰৰ গল্পত জনজাতীয় সমাজ

 (‘গুৰিয়াল’ আৰু ‘কুৰকেপন’ৰ বিশেষ উল্লিখনেৰে) বিশ্বজিৎ শইকীয়া     অসমীয়া সমাজ জীৱনত ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই জনজাতীয় উপাদানৰ উপস্থিতিৰ উমান পোৱা যায়৷ এই বিশেষত্বই অসমীয়া সমাজ খনক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে৷ সাহিত্যৰ মাজেদি এখন সমাজৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়৷ অসমীয়া…