Anyayug Contributor গুণাৰাম শইকীয়া

দেও

গুণাৰাম শইকীয়া   ইমানবোৰ দেও-পিশাঁচৰ গল্প বাটে-ঘাটে চৰুৰ চাউল নিসিজা হ’ল, সন্ধিয়াতে নুমায় দুখৰ লণ্ঠন   পাতিচাইকেল এখনো বাটলৈ নোলোৱা হ’ল নিমখৰ দাম বাঢ়ি বাঢ়ি – আয়’ডিন কমি যোৱা আইৰ চকুত বিষণ্ণ হালধীয়া কাহ এটাৰ অস্বস্তি   গোটৈই গাঁওখনতে জ্বৰ…