Anyayug Contributor গীতিমণি গোস্বামী(বৰঠাকুৰ)

স্বৰলিপিবিহীন কান্দোন

 গীতিমণি গোস্বামী(বৰঠাকুৰ)   চুপতি মাৰিবলৈ ভাল নিৰ্মলৰ লগত … কথাবিলাক ইয়াত বুৰবুৰণি ওলায়৷ য’ত বুৰবুৰণি থাকে, তাত নিৰৱতাবোৰো কথা৷ যদিওবা মাজে মাজে নিস্তব্ধতা আহে তথাপি তাত পতা কথাবোৰেই ভিতৰখন খান্দে৷ বহু সময়লৈকে কথাবোৰ জিনজিনাই থাকে৷ কাঁহৰ বাতি এটা পকাত পৰি…