Anyayug Contributor গীতাশ্ৰী তামুলী

গান্ধী ফাগ্লা : কথকতা আৰু কথক

 গীতাশ্ৰী তামুলী    নীলোৎপল বৰুৱাৰ গল্প আগেয়ে পঢ়া নাছিলো৷ তেওঁৰ ‘গান্ধী ফাগ্লা’ কিতাপখন পাই সেই নামৰ গল্পটোকে উলিয়াই লৈছিলোঁ৷ পঢ়ি যাওঁতে এনে লাগিল যেন বিচাৰি ফুৰা কাহিনীকওঁতা এজন পাই গ’লোঁ৷ এই আৱেগিক প্ৰতিক্ৰিয়াৰ দুটা কাৰণ হ’ব পাৰে যেন লাগিছে- প্ৰথম,…