Anyayug Contributor ( গীতালি বৰাৰ ‘ অন্তৰতম ’ উপন্যাস পঢ়ি)

এই সকলো ভ্ৰমৰ বাবেই যদি জী থাকিব পাৰি

 (গীতালি বৰাৰ ‘অন্তৰতম’ উপন্যাস পঢ়ি)  বৰ্ণালী বড়া   ছিগি যোৱা চেতাৰৰ তাঁৰ বিচ্ছিন্ন সময়ক ধাৰণ কৰা একাকী অস্থিৰতা ৰেপি ৰেপি ৰাতিৰ নিৰ্লিপ্তি সেই সুৰ নে সুৰহীনতাত জী উঠে শেষ ভাবনা   নিদ্ৰামগ্ন চকুৰ ভাষাত হেৰায় অনিদ্ৰাৰ পৃথিৱী সাঁচি ৰখা অতবোৰ…