প্ৰসংগ : নাটক
মূল : গিৰিশ কাৰ্নাড ভাষান্তৰ : বাব্লু প্ৰসাদ বৰুৱা আলোচ্য বিষয়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ লোৱাৰ আগতে আমি নিশ্চিত হ’ব লাগিব যে নাটক কি? সাধাৰণতে আমি নাটক বুলি তাকেই কওঁ য’ত বিভিন্ন সংলাপ আছে। কিন্তু এইটো মনত ৰখা গুৰুত্বপূৰ্ণ যে সংলাপ মানে…