Anyayug Contributor গাৰ্গী ভূঞা

ফিবোনাচ্চি : ব্ৰহ্মাণ্ডৰ গোপন মন্ত্র

গাৰ্গী ভূঞা   আদিতে আছিল শূন্য, শূন্যৰ বুকুতে জন্ম হ’ল এক, একৰ পাছত আকৌ এক…   সৃষ্টিয়ে নিজৰে পুনৰাবৃত্তিত নিজকে পুনৰ গঢ়িছে অদৃশ্য মঠৰ মহাৰহস্যত।   প্ৰতিটো সংখ্যাৰ একেই নিশ্বাস, বান্ধ খাই থাকে অজান জপমালাৰ দানাত,   একেডাল মালতে বান্ধ…