Anyayug Contributor খঙতে উচাট মাৰি ঘূৰিবলৈ গৈ ক’লে

খিৰিকিৰ বদনাম

অৰ্চনা পূজাৰী বতাহছটি আহি বন্ধ খিৰিকীত খুন্দা খাই থমকি ৰ’ল খন্তেক খঙতে উচাট মাৰি ঘূৰিবলৈ গৈ ক’লে—- ওৰেৰাতি জোনৰ সতে চুপতি মাৰি তইচোন বদনামী হৈ গ’লি সুদূৰৰ পৰা বৈ আনিছিলোঁ এছাটি শীতল বাও উশাহ ল’ব নোৱৰা ঘৰবোৰত ছটিয়াওঁ  বুলি পুৱালৈকে…