Anyayug Contributor কৌস্তুভ বেজবৰুৱা

নিশব্দঃ কান্দোন

 কৌস্তুভ বেজবৰুৱা ৰাস্তাৰ কাষত মই পৰি আছোঁ চকুৰ সন্মুখত আকাশখন কঁপিছে। এটা মুহূৰ্ত আগতে মই দৌৰি আছিলোঁ — মোৰ পুচ্ছ নাচিছিল, জীৱনটো সহজ যেন লাগিছিল।   হঠাৎ এটা ভয়ংকৰ শব্দ এটা উজ্জ্বল আলোক আৰু তাৰ পিছত— অসহ্য যন্ত্ৰণা।   মোৰ…