Anyayug Contributor কৌস্তুভমণি শইকীয়া

ৰমেন বৰুৱা

কৌস্তুভমণি শইকীয়া সুৰবোৰ বিচাৰি  হাবাথুৰি খাইছোঁ  বৰ অসহায় সময়    লতাশিল খেলপথাৰ ৰিঙা ৰিঙা পুৰণি ঘৰটোৱে কথা পাতে নিজৰ ভিতৰতে      স্মৃতি-বিস্মৃতিৰ পাঁজৰত এডোঙা অনিশ্চিত দুখ    দুঃসহ   ।    _ _ _ দূৰভাষ – ৯৪৩৫৫৪৫৭০৭