Anyayug Contributor কৌশিক বাস্যস

সাহসেৰে

কৌশিক বাস্যস ছায়াৰ দৰে ঘূৰি থাকে মন তেজটুপিকে দিয়াঁ মাৰ কৰঙন ফালি বৈ আহিছে বন্ধুহঁতে গা উজান দি চাইছে আলৰ কাউৰীয়ে  ৰমলিওৱা যদিও কৰি থাকোঁ হেহো-নেহো মূৰৰ আগটো ৰচীডালেৰে চেপি  ধৰিয়েই আছে  কোনোবাই মন গ’লেও গুচি যাব নোৱাৰোঁ ছাইথুপিকে দিয়াঁ…