মৃত প্ৰাৰ্থনা
কৌশিক জ্যোতি বৰা ওৰে ৰাতি কান্দি আছোঁ মুখ গুজি আন্ধাৰত পানীপতাত মৰি আছে ঈশ্বৰ শৰীৰহীন শৰীৰ এটা আগুৰি বহি থকা মানুহবোৰৰ হাড়ত ভোগ আৰু ভোকত জ্বলা কঙালীৰ কঙাল এবেলি বৰষুণ নিদিলেও খহিব নৰিয়াত পৰা নদীৰ নৈয়াল জীৱন খহনীয়া…

কৌশিক জ্যোতি বৰা (এক) শুই থকা ফুলপাহ কোনে চুই দিলে নীৰৱ কোমল সময় কাপত কোলাহলৰ হলাহল কোনে বাকি দিলে বতাহত যে তেজ তেজ গোন্ধ (দুই) ওখ হোৱা বাটবোৰ চমু হওক তোমাৰ দীঘল হওক মোৰ চেতনাৰ প্ৰসাৰিত হাত মই আকৌ উভতি…
কৌশিক জ্যোতি বৰা একে নহয় যদিও ৰণ আৰু ৰণাংগন,একেই ভাগৰ যুদ্ধ আৰু প্ৰেমত।এইবুলি কৈ মোৰ নিচেই কাষতে বহিলহি নেপোলিয়ন…। যুদ্ধত শত্ৰুক কচুকটা দিআত্মসমৰ্পণ কৰোঁ প্ৰেমৰ বেলিকা।যুদ্ধত জয়ী আৰু প্ৰেমত পৰাজিতজনহে প্ৰকৃত যোদ্ধা।এয়াই ইতিহাস যুদ্ধ আৰু প্ৰেমৰ। শূন্যত উদাস নেপোলিয়নৰ চকু। হৰুওৱাতকৈ হাৰিবলৈ সহজ,যদিও…